/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/45afbf35-3055-42a8-bbbd-fec4731577b3/rev.jpg)
ডিজিটেল ডেস্কঃ মৰিয়নী ঢেকীয়াজুলি চাহ বাগিচাত সংঘটিত হৈছে অমানৱীয় ঘটনা। সুৰামত্ত পিতৃৰ দাৰ ঘাপত আঘাতপ্রাপ্ত কন্যা। সোমবাৰে সংঘটিত হয় এই ঘটনা।
অভিযুক্ত পিতৃৰ নাম ললিত বাউৰী। অভিযুক্ত পিতৃ গৰাকীয়ে দাৰে ঘপিয়াই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰে কন্যাক। ইতিমধ্যে আৰক্ষীয়ে আটক কৰে পিতৃক।
গুৰুতৰভাৱে আঘাতপ্রাপ্ত কন্যাক JMCHলৈ প্রেৰণ। অৱশ্যে কিয় এই ঘটনা সংঘটিত হয় এতিয়ালৈকে জানিব পৰা হোৱা নাই। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।
Also Read: প্ৰেমিকৰ সন্মুখতে কিশোৰীক দলবদ্ধ ধৰ্ষণ...