আমেৰিকাৰত দুৰ্ঘটনাত নিহত কলিয়াবৰৰ সন্তান অজিত খাউণ্ড

আমেৰিকাৰত দুৰ্ঘটনাত নিহত কলিয়াবৰৰ সন্তান অজিত খাউণ্ড

ডিজিটেল সংবাদ,কলিয়াবৰঃ আমেৰিকাৰ দক্ষিণ কেৰ'লিনাৰ ছাৰ্লটত বুধবাৰে দুর্ঘটনাত পতিত হৈ মৃত্যু ঘটে অভিযন্তা অজিত খাউণ্ড (সোণটি)ৰ। কলিয়াবৰৰ জখলাবন্ধাৰ খাউণ্ড চুকৰ সন্তান অজিত খাউণ্ডৰ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৩ বছৰ।

দুদিনৰ পূৰ্বে এক পথ দুৰ্ঘটনাত পতিত হৈছিল তেওঁ । বুধবাৰে ভাৰতীয় সময় অনুযায়ী পুৱা ৫ বজাত মৃত্যু হয় খাউণ্ডৰ। আই আই টি খড়গপুৰৰ পৰা অভিযান্ত্রিক শিক্ষা সামৰি আমেৰিকালৈ গৈছিল তেওঁ। দীৰ্ঘদিনে আমেৰিকাৰ কেইবাটাও বিখ্যাত প্রতিষ্ঠানত কৰ্মৰত আছিল অজিত খাউণ্ড।

আমেৰিকাৰত দুৰ্ঘটনাত নিহত কলিয়াবৰৰ সন্তান অজিত খাউণ্ড
দেউতাকৰ গাড়ী লৈ গৈছিল ফুৰিবলৈ, দুৰ্ঘটনাতপতিত নৱম শ্ৰেণীৰ ছাত্ৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in