/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/3166d12e-2cd1-4b1b-b924-b5802a16eb17/Basanta.jpg)
ডিজিটেল ডেস্ক : ভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়োৱা ৰাজ্যৰ পাঁচগৰাকী বৰেণ্য ব্যক্তিক অসম সত্ৰ মহাসভাই প্ৰদান কৰে বিশেষ উপাধি। মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই উপাধি প্ৰদান কৰা অসম সত্ৰ মহাসভাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/1785927c-5930-441a-9e64-6497030ffdd3/79438fe0_8bcc_4dd2_83e8_7465458b3e33.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/a178eab9-664b-4c2f-a19c-7992ba899880/1360821b_2cd5_42e9_825d_84677625c7c8.jpg)
সত্ৰাধিকাৰ ড০ পীতাম্বৰ দেৱগোস্বামীক "সত্ৰৰত্ন", ড০ বসন্ত কুমাৰ গোস্বামীক "সত্ৰীয়া সাহিত্যৰত্ন", ড০ হেমচন্দ্ৰ গোস্বানীক "সত্ৰীয়া কলাৰত্ন", ড০ অমলেন্দু চক্ৰৱৰ্তীক "সত্ৰবন্ধু", ড০ সাবৰমল সাংগানেৰিয়াক "বৈষ্ণৱবন্ধু" উপাধইৰে সন্মানিত কৰে অসম সত্ৰ মহাসভাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/44b96a77-6dc7-4a0b-8853-1f451dd0d1db/7cf95faa_c415_499d_ab95_6675f7353c5a.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/f217c85f-509e-4690-8dfc-ba104730a454/e23730fe_72bc_4d4c_8d8b_94037a2ea8eb.jpg)
যোৱা ১৮ জুন তাৰিখে অনুষ্ঠিত হোৱা সভাত এই উপাধি প্ৰদান কৰে সভাই। উক্ত সভাত উপস্থিত থাকে ৰাজ্যৰ কেইবাগৰাকীও সত্ৰাধিত্ৰাধিকাৰ তথা বহু গণ্য-মান্য ব্যক্তি।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/f6d7a590-d948-497d-8a88-b797c349c0c8/5527d3b1_f260_4a9a_ad21_f2512b86a189.jpg)
Also Read: RBIৰ ডেপুটি গভৰ্ণৰ হিচাপে নিযুক্তি প্ৰদান SBIৰ পৰিচালন সঞ্চালকক..