/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/4f764fed-9353-4b9b-8ec5-1aa8b58f121f/123.jpg)
অসম প্ৰদেশ কংগ্ৰেছ সমিতিয়ে মুকলি কৰিছে এটি সহায়ক নম্বৰ।
ভোটাৰ ৰাইজৰ সুবিধাৰ্থে মুকলি কৰা হৈছে এই নম্বৰ।
দেশজুৰি চলি থকা দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মাজতে ভোটাৰ ৰাইজৰ সহায়ৰ বাবে এই হেল্প লাইন নম্বৰটি মুকলি কৰা হৈছে।
ৰাইজৰ বাবে মুকলি কৰা নম্বৰটি হৈছে ৭০০২০৮৭০৭৩ ।
Also Read: অসম সত্ৰ মহাসভাৰ মাজুলী জিলা সম্পাদক পুতুল মহন্তক তৎকালীনভাৱে সকলো দায়িত্বৰ পৰা অব্যাহতি