/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/ac91e0e8-05b3-4989-9f45-7bcd88373346/assam_police_21.jpg)
অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক ৰদবদল...
ডিজিটেল ডেস্কঃ ৰাজ্যৰ আৰক্ষী প্রশাসনৰ শীৰ্ষ পৰ্যায়ত ব্যাপক ৰদ-বদল। তলত সবিশেষ উল্লেখ কৰা হ'ল-
-
গোৱালপাৰাৰ SP ভি ভি আৰ ৰেড্ডীক ডিব্রুগড়ৰ SP ৰূপে বদলি।
-
ডিব্রুগড়ৰ SP শ্বেটাংক মিশ্রাক যোৰহাটৰ SP হিচাপে বদলি।
-
যোৰহাটৰ SP মোহন লাল মিনাক বঙাইগাঁৱৰ SP হিচাপে বদলি।
-
তামুলপুৰৰ SP পংকজ যাদৱক বৰপেটাৰ SP ৰূপে নিযুক্তি।
-
গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ DCP(পূব) অক্ষত গাৰ্গক বদলি।
-
গুৱাহাটীৰ পাণ্ডুৰ ৰে’ল আৰক্ষীৰ SP হিচাপে বগলি গাৰ্গক।
-
নলবাৰীৰ অপৰাধ শাখাৰ ASP দীনেশ কুমাৰক বদলি।
-
ডিমা হাছাওৰ সোণটিলাৰ ৫ম আৰক্ষী বাহিনীৰ কমাণ্ডেণ্ট হিচাপে বদলি।
-
মৰিগাঁৱৰ বৰমণিপুৰৰ 16th APBnৰ কমাণ্ডেণ্ট অৰ্ণৱ ডেকাক বদলি।
-
গোৱালপাৰাৰ দাকুৰভিঠাৰ 17th APBnৰ কমাণ্ডেণ্ট ৰূপে বদলি।
-
17th APBnৰ কমাণ্ডেণ্ট জয়শ্রী খেৰছাক হাউলীৰ 28th APBnলৈ বদলি।
-
ধেমাজিৰ SP ৰঞ্জন ভূঞাক কামৰূপৰ SP হিচাপে বদলি।
-
বঙাইগাঁৱৰ SP স্বপ্ননীল ডেকাক গোৱালপাৰাৰ SPৰূপে বদলি।
-
মান্দাকাটাৰ ১ম কমাণ্ডো বেটেলিয়নৰ কমাণ্ডেণ্ট দিগন্ত কুমাৰ চৌধুৰীক বদলি।
-
তামুলপুৰৰ SP হিচাপে বদলি দিগন্ত কুমাৰ চৌধুৰীক।
-
বৰপেটাৰ SP অমিতাভ সিনহাক AIGP(Admin) হিচাপে গুৱাহাটীলৈ বদলি।
-
কামৰূপৰ SP হিতেশ চন্দ্র ৰয়ক ধেমাজিৰ SP হিচাপে নিযুক্তি।
-
হাউলীৰ 28th APBnৰ কমাণ্ডেণ্ট ধৰ্মেন্দ্র কুমাৰ দাসক বদলি।
-
দৌলাশালৰ 14th APBnৰ কমাণ্ডেণ্ট হিচাপে নিযুক্তি।
-
সোণটিলাৰ 5th APBnৰ কমাণ্ডেণ্ট লামহাও ডাউংগেলক বদলি।
-
মান্দাকাটাৰ ১ম অসম কমাণ্ডো বাহিনীৰ কমাণ্ডেণ্ট হিচাপে বদলি।
-
চৰাইখোলাৰ 7th APBnৰ কমাণ্ডেণ্ট জগদীশ দাসক বদলি।
-
শদিয়াৰ SP হিচাপে বদলি জগদীশ দাসক।
-
শদিয়াৰ SP মৃণাল ডেকাক গুৱাহাটী আৰক্ষী আয়ুক্তালয়লৈ বদলি।
-
DCP (পূব) হিচাপে বদলি মৃণাল ডেকাক।
-
দৌলাশালৰ 14th APBnৰ কমাণ্ডেণ্ট অঞ্জন পণ্ডিতক বদলি।
-
চৰাইখোলাৰ 7th APBnৰ কমাণ্ডেণ্ট হিচাপে বদলি অঞ্জন পণ্ডিতক।
-
লখিমপুৰৰ ASP মুনিন্দ্র নাথ দেউৰীক CIDৰ উলুবাৰী কাৰ্যালয়লৈ বদলি।
-
ডিব্রুগড়ৰ ASP পাপৰি চেতীয়াক দেৰগাঁৱলৈ বদলি।
-
লাচিত বৰফুকন পুলিচ একাডেমীৰ অধ্যক্ষ হিচাপে নিযুক্তি।
Also Read: মাধৱদেৱ বিশ্ববিদ্যালয়ৰ নৱনিযুক্ত উপাচাৰ্যৰ যোগদান