ডুমডুমীয়াৰ পাটিয়া চাপৰিৰ পৰা ২৪ গ্ৰাম নিষিদ্ধ ড্ৰাগছ সহ তিনি জনক আটক

author-image
Asomiya Pratidin
New Update
ডুমডুমীয়াৰ পাটিয়া চাপৰিৰ পৰা ২৪ গ্ৰাম নিষিদ্ধ ড্ৰাগছ সহ তিনি জনক আটক

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱাৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত ডুমডুমীয়াৰ পাটিয়া চাপৰিৰ পৰা ২৪ গ্ৰাম নিষিদ্ধ ড্ৰাগছ সহ তিনি জনক আটক।

Advertisment

বটদ্ৰৱা আৰক্ষী পৰিদৰ্শক অসীম বৰাৰ নেতৃত্বত চলা অভিযানত পাটিয়া চাপৰিৰ জাকিৰ হকৰ ঘৰত চলোৱা তালাচী অভিযানত ড্ৰাগছ সহ সৰবৰহীকেইটাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত ড্ৰাগছ সৰবৰাহৰী কেইটা ক্ৰমে অনন্ত দাস, মাধ্যুৰ্য দাস আৰু ইদ্ৰিছ আলী। ধৃত ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা ১৬ টা ড্ৰাগছ ভৰ্টি কন্টেইনাৰ আৰু তিনিটা মবাইল হেণ্ডছেট আৰক্ষীয়ে জব্দ কৰে।

Also Read: “সেউজীয়া আৰু পৰিষ্কাৰ গাওঁ” গঢ়ি তোলা প্ৰয়াস, চৰাইদেউত পুৱাই হাতে হাতে ঝাড়ুলৈ এজাক মহিলাৰ চাফাই অভিযান

drugs seized Assam police