শিক্ষা বিষয়া বুদ্ধদেৱ কটকীৰ বাসভৱনত আৰক্ষীৰ অভিযান

উল্লেখ্য যে বিষয়া কটকীক শনিবাৰে গুৱাহাটীত মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰিছিল
শিক্ষা বিষয়া বুদ্ধদেৱ কটকীৰ বাসভৱনত আৰক্ষীৰ অভিযান

ডিজিটেল সংবাদ,নগাঁও : শিক্ষা বিষয়াৰ বাসভৱনত আৰক্ষীৰ অভিযান ৷ নগাঁও চহৰৰ আমোলাপট্টিৰ জে বি ৰোডত থকা শিক্ষা বিষয়া বুদ্ধদেৱ কটকীৰ ঘৰত আৰক্ষীয়ে চলাই অভিযান ৷

উল্লেখ্য যে বিষয়া কটকীক শনিবাৰে গুৱাহাটীত মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰিছিল ৷ কামৰূপ জিলা প্ৰাথমিক শিক্ষা বিষয়া বুদ্ধদেৱ কটকীয়ে কাৰ্যালয়তে উৎকোচ লৈ থকা অৱস্থাতে হাতে-লোটে দুৰ্নীতি নিবাৰক শাখাই কৰায়ত্ব কৰিছিল ৷ বিষয়া কটকীক কৰায়ত্ব কৰাৰ পিছত নগাঁও আৰক্ষীয়ে বাসভৱনত অভিযান চলাই ৷

শিক্ষা বিষয়া বুদ্ধদেৱ কটকীৰ বাসভৱনত আৰক্ষীৰ অভিযান
নাগালেণ্ডৰ মুখ্যমন্ত্ৰী পদৰ পৰা নেইফিউ ৰিঅ'ৰ পদত্যাগ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in