অসম আৰক্ষীঃ ২০২৩ বৰ্ষত ৪,৮০৭গৰাকী উচ্চ পৰ্যায়ৰ বিষয়াক পদোন্নতি

অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত পদোন্নতি। অসম আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে টুইট কৰি জনালে এই কথা।

author-image
Asomiya Pratidin
New Update
অসম আৰক্ষীঃ ২০২৩ বৰ্ষত ৪,৮০৭গৰাকী উচ্চ পৰ্যায়ৰ বিষয়াক পদোন্নতি

ডিজিটেল ডেস্কঃ অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত পদোন্নতি। অসম আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে টুইট কৰি জনালে এই কথা। আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে কয় যে, ২০২৩ চনত অসম আৰক্ষীত ৪৮০৭ জন কৰ্মীক পৰৱৰ্তী উচ্চ পদবীলৈ উন্নীত কৰিছে।

Advertisment
  • ২০২৩ চনত ৪,৮০৭গৰাকীক উচ্চ পদবীলৈ উন্নীত

  • IPS আৰু APSৰ ৮২গৰাকী বিষয়াক পদোন্নতি

  • ১৫২ গৰাকী DSPক উচ্চ পদবীলৈ পদোন্নতি

  • ১৪ গৰাকী SM/CDIক পদোন্নতি

  • ১৩১ গৰাকী পৰিদৰ্শককো পদোন্নতি

  • পৰিদৰ্শক (AB) ২ গৰাকীক পদোন্নতি

  • ৩গৰাকী উপ-পৰিদৰ্শকক পদোন্নতি

  • উপ-পৰিদৰ্শক (AB) ৩৩৩ গৰাকীক পদোন্নতি

  • ASI ৭৫১ গৰাকীক পদোন্নতি

  • পদোন্নতি ৫১ গৰাকী হেড কনিষ্টবলক

  • ১,২৬২ গৰাকী হাবিলদাৰ (AB)ক পদোন্নতি

  • পদোন্নতি লাভ ৯৯ গৰাকী NKৰ

  • NK (AB)ৰ ১,১২২ গৰাকীক পদোন্নতি

  • ৮০৫ গৰাকী LNK (AB)ক পদোন্নতি

Also Read: অৰুণাচল প্ৰদেশৰ খেলুৱৈক চীনে অংশ ল'ব নিদিলে এছিয়ান গেমছত, ভ্ৰমণ সূচী বাতিল অনুৰাগ ঠাকুৰৰ

gp singh Assam police