অসম আৰক্ষীত ব্যাপক ৰদবদলঃ চাওঁক সবিশেষ...

অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক ৰদবদল...
অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক ৰদবদল...
  • অসম আৰক্ষীত ব্যাপক ৰদবদল।

  • এপিএছ বিষয়া নিলোৎপল শইকীয়াক শালবাৰী, বাক্সাৰ এছ ডি পি অ' হিচাপে দায়িত্ব দিয়া হৈছে।

  • তেওঁ পূৰ্বে কাৰ্বি আংলং স্থিত চিলনিৰ অসম পুলিচ (আই আৰ) বেটেলিয়ন অতিৰিক্ত অধীক্ষক হিচাপে দায়িত্বত আছিল।

  • এপিএছ কৰ্ণব পাটোৱাৰীক উত্তৰ শালমাৰাৰ এছ ডি পি অ' হিচাপে দায়িত্ব প্ৰদান কৰা হৈছে।

  • তেওঁ পূৰ্বে গোৱালপাৰাস্থিত প্ৰথম এপিটিএফৰ সহকাৰী কামাণ্ডেণ্ট হিচাপে দায়িত্বত আছিল।

  • এপিএছ কাকলি পাটগিৰিক দিয়া হৈছে তিতাবৰৰ এছ ডি পি অ'ৰ দায়িত্ব।

  • তেওঁ পূৰ্বে নলবাৰীস্থিত চতুৰ্দশ এপিবিএনৰ সহকাৰী কামাণ্ডেণ্ট হিচাপে দায়িত্বত আছিল।

  • এপিএছ হিৰেণ কুমাৰক দিয়া হৈছে গোসাঁইগাঁৱৰ এছ ডি পি অ'ৰ দায়িত্ব।

  • পূৰ্বে তেওঁ আছিল নগাঁৱৰ বৰহমপুৰস্থিত নৱম এপিবিএনৰ সহকাৰী কামাণ্ডেণ্ট।

  • এপিএছ পাৰ্থপ্রতিম দুৱৰাক দিয়া হৈছে পৰ্বতঝাৰৰ এছ ডি পি অ'ৰ দায়িত্ব।

  • পূৰ্বে তেওঁ আছিল মাকুমৰ দ্বিতীয় এপিবিএনৰ সহকাৰী কামাণ্ডেণ্ট।

  • এপিএছ জনকিশোৰ গগৈক দিয়া হৈছে মাইবং, ডিমা হাছাওৰ এছ ডি পি অ'ৰ দায়িত্ব।

  • পূৰ্বে তেওঁ আছিল শিলচৰস্থিত ষষ্ঠ এপিবিএনৰ সহকাৰী কামাণ্ডেণ্ট।

  • এপিএছ স্মৃতিৰেখা ফুকনক দিয়া হৈছে বিলাসীপাৰা, ধুবুৰীৰ এছ ডি পি অ'ৰ দায়িত্ব।

  • পূৰ্বে তেওঁ আছিল তিতাবৰস্থিত তৃতীয় এপিবিএনৰ সহকাৰী কামাণ্ডেণ্ট।

  • এপিএছ অংকুৰজ্যোতি বৰাক দিয়া হৈছে ওমৰাংছ’, ডিমা হাছাওৰ এছ ডি পি অ'ৰ দায়িত্ব।

  • পূৰ্বে তেওঁ আছিল ডিব্ৰুগড়ৰ টেঙাখাতস্থিত ঊনবিংশ এপি(আইআৰ)বিএনৰ অতিৰিক্ত অধীক্ষক।

অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক ৰদবদল...
বিজেপিত ৰাজতন্ত্ৰ, নাই গণতন্ত্ৰ !

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in