/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/af2d9d7b-1a40-4c18-abcf-d9edae634156/WEB_THUM_new_dimpul_copy.jpg)
- পঞ্চায়ত নিৰ্বাচনৰ বাবে খচৰা ভোটাৰ তালিকা প্রকাশ। 
- নিৰ্বাচন আয়োগে প্রকাশ কৰিলে ফটোযুক্ত ভোটাৰৰ তালিকা। 
- পোন প্রথমবাৰৰ বাবে অ' ই আৰ এম এছ (OERMS) পদ্ধতিৰে প্রস্তুত কৰা হৈছে এই ভোটাৰ তালিকা। 
- ৪০ জিলা আৰু মহকুমাৰ বাবে ভোটাৰ তালিকা প্রকাশ কৰিছে ৰাজ্যিক নিৰ্বাচন আয়োগৰ। 
- প্ৰকাশিত তালিকা অনুসৰি মুঠ ভোটাৰৰ সংখ্যা ১,৭৬,৪৪,০০৯ গৰাকী। 
- ইয়াৰে পুৰুষ ভোটাৰ ৮৯,০৮,৬০৪ গৰাকী হোৱাৰ বিপৰীতে মহিলা ভোটাৰ ৮৭,৩৫,১৮৪ গৰাকী। 
- লগতে অন্যান্য ভোটাৰৰ সংখ্যা ২২১ গৰাকী। 
Also Read: ধেমাজি হত্যাকাণ্ড ৰায়দানঃ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us