New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/07/dangor-khobr-25.jpg)
- অসম উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা বাতিল।
- অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে বাতিল কৰিলে প্ৰথম বৰ্ষৰ পৰীক্ষা।
- ৰাজ্যৰ ভয়াবহ বানৰ বাবেই পৰীক্ষা বাতিল শিক্ষা সংসদৰ।
- পৰৱৰ্তী ঘোষণা নকৰা পৰ্যন্ত অনুষ্ঠিত নহয় পৰীক্ষা।
- ১৮ মে'ৰ পৰা ২১ মে'লৈ অনুষ্ঠিত হোৱা কথা আছিল এই পৰীক্ষা।
- উল্লেখ্যে যে ৰাজ্যৰ কেইবাখনো জিলাত বান আৰু ভূমিস্খলনে লৈছে ভয়াবহ ৰূপ।
- বহু কেইখন জিলাত স্তব্ধ হৈ পৰিছে যাতায়ত।
ক্লিক কৰি পঢ়কঃকামৰূপ(মহানগৰ) জিলাত অত্যাধিক ভূমিস্খলনৰ আশংকা, আপদকালীন সেৱাৰ টেলিফোন নম্বৰ মুকলি
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us