কামৰূপ(মহানগৰ) জিলাত অত্যাধিক ভূমিস্খলনৰ আশংকা, আপদকালীন সেৱাৰ টেলিফোন নম্বৰ মুকলি

কামৰূপ(মহানগৰ) জিলাত অত্যাধিক ভূমিস্খলনৰ আশংকা, আপদকালীন সেৱাৰ টেলিফোন নম্বৰ মুকলি
  • কামৰূপ(মহানগৰ) জিলা প্রশাসনৰ আপদকালীন সেৱাৰ টেলিফোন নম্বৰ মুকলি
  • নম্বৰ দুটা ক্রমেঃ ০৩৬১-১০৭৭, ৯৬৭৮৪৭১০৭১
  • দিনে-নিশাই সক্রিয় হৈ থাকিব এই নম্বৰ
  • বানক্রান্ত এলেকাৰ জনসাধৰণে জিলাপ্রশাসনৰে যোগাযোগ কৰিব পাৰে
  • জৰুৰীকালীন অৱস্থাত কৰিব পাৰে যোগাযোগ
  • অত্যাধিক ভূমিস্খলনৰ আশংকাৰ বাবেই এই নম্বৰ মুকলি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in