উদীয়মান শিল্পী আৰিয়ন হাজৰিকাৰ 'মহাক্লান্তৰ যুগ' শীৰ্ষক গীত মুকলি

উদীয়মান শিল্পী আৰিয়ন হাজৰিকাৰ 'মহাক্লান্তৰ যুগ' শীৰ্ষক গীত মুকলি

ডিজিটেল ডেস্কঃ প্ৰতিশ্ৰুত শিল্পী আৰিয়ন হাজৰিকাৰ 'মহাক্লান্তৰ যুগ' শীৰ্ষক গীত মুকলি। বুধবাৰে গনেশগুৰিত আনুষ্ঠানিকভাৱে গীতিট মুকলি কৰে সাংবাদিক তথা সম্পাদক পৰাগমণি আদিত্যই।

জ্যেষ্ঠ সাংবাদিক বিজু ডেকাই লিখি উলিয়াইছে এই বৈপ্লৱিক গীতটি। 'মহাক্লান্তৰ যুগ' শীৰ্ষক গীতটিৰ প্ৰয়োজনা কৰিছে দিগন্ত মেধিয়ে। সুৰ আৰু বাহী দিগন্ত হীৰাৰ আৰু গীতটোৰ সংগীত ব্যৱস্থাপনা কৰিছে ভাস্কৰ মেধিয়ে।

উল্লেখ্য যে, বিশিষ্ট শিল্পী মহেন্দ্ৰ হাজৰিকাৰ পুত্ৰ উদীয়মান শিল্পী আৰিয়ন হাজৰিকা। ইয়াৰ পূৰ্বেও বিভিন্ন গীতত কণ্ঠদান কৰি আৰিয়নে ৰাইজৰ মাজত বিশেষ সমাদাৰ লাভ কৰিবলৈ সক্ষম হৈছে ।

উদীয়মান শিল্পী আৰিয়ন হাজৰিকাৰ 'মহাক্লান্তৰ যুগ' শীৰ্ষক গীত মুকলি
শুকানজুলী ফায়াৰিং ৰেঞ্জত অঘটন, এজন নিহত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in