/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
-
হাৰমতী বজাৰত পিষ্টল দেখুৱাই আতংক সৃষ্টি অৰুণাচলী যুৱকৰ ।
-
আতংক সৃষ্টি কৰা দুই অৰুণাচলী যুৱক আৰক্ষীৰ জিম্মাত ।
-
ফল–মূলৰ ব্যৱসায়ীক পিষ্টল উলিয়াই ভাবুকি দিয়াৰ অভিযোগ।
-
পিতৃৰ অনুজ্ঞা পত্র থকা পিষ্টল লৈ আতংকৰ সৃষ্টি পুত্র ন্যিকিম মিছাই।
-
হাৰমতী আৰক্ষীয়ে দুয়োকে আটক কৰি সোধা-পোছা অব্যাহত ৰাখিছে।
Also Read: দৰঙত নিচাযুক্ত ঔষধ বিৰোধী আন্তঃৰাষ্ট্ৰীয় দিৱস পালন