/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-16/ty28wbcg/73.jpg)
-
শোণিতপুৰত অৰুণাচলী সুৰা জব্দ।
-
শোণিতপুৰৰ ১২ মাইলত অৰুণাচলী সুৰা জব্দ।
-
ৰঙাপৰা আবকাৰী আৰু চাৰিদুৱাৰ আৰক্ষীৰ যুটীয়া অভিযানত জব্দ সুৰাখিনি ৷
-
অসম-অৰুণাচল সীমান্তৰ ১২ মাইলৰ এখন ঘৰত AR - 04- 3126 নম্বৰৰ এখন গাড়ীত অবৈধভাৱে মজুত কৰি ৰখা অৱস্থাত জব্দ সুৰাখিনি৷
-
এক গোপন সুত্ৰৰ পমখেদি আবকাৰী আৰু আৰক্ষীয়ে জব্দ কৰে সুৰাখিনি।
-
জব্দকৃত সুৰাখিনিৰ মূল্য প্ৰায় ১লাখ টকা হ'ব বুলি আবকাৰী সূত্ৰত প্ৰকাশ।
Also Read: জামুগুৰিহাটৰ দুই যুৱকৰ চাইকেল চলাই কেদাৰনাথ যাত্ৰা...