/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/8412a753-51a9-4194-95ad-d2970c791ebe/AP_FOR_WEB_arts.jpg)
ডিজিটেল ডেস্ক : ঘোষণা কৰা হ'ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল।
প্ৰথম স্থানঃ
কলা শাখাত প্ৰথম স্থানত উজ্বলিল নগাঁৱৰ ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ সংকল্পজিৎ শইকীয়া। ৪৯০ নম্বৰ লাভ কৰিছে সংকল্পজিৎ শইকীয়াই।
দ্বিতীয় স্থানঃ
দ্বিতীয় স্থানত নগাঁৱৰ ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ দিয়া মহন্ত। ৪৮৮ নম্বৰ লাভ কৰিছে দিয়া মহন্তই।
তৃতীয় স্থানঃ
স্থানত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ শ্ৰেয়া সৰকাৰ। ৪৮৭ নম্বৰ লাভ কৰিছে শ্ৰেয়া সৰকাৰে।
চতুৰ্থস্থানঃ
চতুৰ্থ স্থানত নগাঁৱৰ ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ছুকলেনমুং চেতিয়া। ৪৮৬ নম্বৰ লাভ কৰিছে ছুকলেনমুং চেতিয়াই।
পঞ্চমস্থানঃ
নগাঁৱৰ ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ শ্বেক টানিয়া টাচমিন ৰহমান। ৪৮২ নম্বৰ লাভ কৰিছে শ্বেক টানিয়া টাচমিন ৰহমানই।
ষষ্টস্থানঃ
নলবাৰীৰ শংকৰদেৱ একাডেমীৰ কাব্যশ্রী শৰ্মা।৪৮১ নম্বৰ লাভ কৰিছে কাব্যশ্রী শৰ্মাই।
সপ্তমস্থানঃ
বৰপেটাৰ কৃষ্ণকান্ত সন্দিকৈ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ কশ্মিতা শৰ্মা। ৪৮০ নম্বৰ লাভ কৰিছে কশ্মিতা শৰ্মাই।
নগাঁৱৰ ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ চবনম শইকীয়া। ৪৮০ নম্বৰ লাভ কৰিছে চবনম শইকীয়াই।
অষ্টমস্থানঃ
বৰপেটাৰ আনন্দৰাম বৰুৱা একাডেমীৰ প্রতীক্ষা ভূঞা। ৪৭৯ নম্বৰ লাভ কৰিছে প্রতীক্ষা ভূঞাই।
বৰপেটাৰ আনন্দৰাম বৰুৱা একাডেমীৰ দৃষ্টি এন জি বৰ্মন। ৪৭৯ নম্বৰ লাভ কৰিছে দৃষ্টি এন জি বৰ্মনে।
নগাঁৱৰ ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল জেৰিফা আহমেদ। ৪৭৯ নম্বৰ লাভ কৰিছে জেৰিফা আহমেদে
নৱমস্থানঃ
বৰপেটাৰ আনন্দৰাম বৰুৱা একাডেমীৰ কাব্যশ্রী দাস।
দশমস্থানঃ
ক্ৰমে উজ্বলিল কৃষ্টিনা দেৱী, মৃণ্ময় কুমাৰ বৰা, ৰক্তিমা পাটৰ
কনচেপ্ট ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁৱৰ কৃষ্টিনা দেৱী
ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁৱৰ মৃণ্ময় কুমাৰ বৰা
ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁৱৰ ৰক্তিমা পাটৰ
৪৭৬ নম্বৰ লাভ কৰিছে আটাইকেইজনে
Also Read: আজি ঘোষণা হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল...