/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/06/big-news-face-750x430-1-1.jpg)
আজি ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল।
টুইটযোগে জনালে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই।
পুৱা ৯ বজাত ঘোষণা হ’ব ফলাফল।
কেইবাটাও ৱেবছাইটত উপলব্ধ হ’ব ফলাফল।
ৱেবছাইটকেইটা- ahsec.assam.gov.in
iresults.net, examtech.com, http:/www.assmresults.co.in/
লগতে ফলাফল উপলব্ধ হ’ব iresults.in ত।
৩,৪২,৬৮৯ গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল পৰীক্ষাত।
ইয়াৰে ২,৭২,৫২৯ গৰাকী কলা শাখাৰ।
বিজ্ঞান শাখাৰ ৪৭,৪৮৫ গৰাকী, বাণিজ্য শাখাৰ ২০,৯০৭ গৰাকী।
৮৫৬টা কেন্দ্রত অনুষ্ঠিত হৈছিল পৰীক্ষা।