/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/7567d850-79a6-4f17-837b-c03a6dbafb92/arun_das.jpg)
কন্ঠশিল্পী অৰুণ দাস
ডিজিটেল ডেস্কঃ বিশিষ্ট কন্ঠশিল্পী অৰুণ দাস গুৰুতৰভাৱে অসুস্থ । মুম্বাইত চিকিৎসাধীন হৈ আছে শিল্পীগৰাকী । নব্বৈ দশকৰ জনপ্ৰিয় কন্ঠশিল্পী আছিল অৰুণ দাস । শিল্পীগৰাকীৰ মৃত্যু হোৱা বুলি প্ৰচাৰ হৈছে মিছা বাতৰি ।
শিল্পীগৰাকী পুনৰ সুস্থ হোৱাৰ কামনাৰে গুণমুগ্ধই জনাইছে প্ৰাৰ্থনা । আৰ্থিক আৰু আন সমস্যাৰে জৰ্জৰিত শিল্পীগৰাকী । শেহতীয়াকৈ শিল্পীগৰাকীক প্ৰদান কৰা হৈছিল শিল্পী পেঞ্চন ।
Also Read: আজি দেশে লাভ কৰিব নতুন সংসদ ভৱন...