বৰপেটাত নাৰী সৰবৰাহ কাৰীৰ লগত জড়িত এজনক গ্ৰেপ্তাৰ

বৰপেটাত নাৰী সৰবৰাহ কাৰীৰ লগত জড়িত এজনক গ্ৰেপ্তাৰ

author-image
asomiyapratidin
New Update
বৰপেটাত নাৰী সৰবৰাহ কাৰীৰ লগত জড়িত এজনক গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ,কয়াকুছি: বৰপেটা কয়াকুছিৰ নাৰী সৰবৰাহ কাৰীৰ লগত জড়িত এজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। বৃহস্পতিবাৰে নিশা কয়াকুছি আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে নাৰী সৰবৰাহ কাৰীক।

Advertisment

গ্ৰেপ্তাৰ হোৱা আচামি জন কয়াকুছিৰ সমীপৰ মৰিচাৰ আশ্ৰাফুল ইছলাম বুলি জানিব পৰা গৈছে। আশ্ৰাফুলৰ লগত জড়িত ছাদ্দাম হুছেইন আৰু জনৈক ৰাহুল এতিয়ালৈকে পলাতক।

বহু দিন ধৰি নাৰী সৰবৰাহৰ লগত জড়িত আছিল আশ্ৰাফুল ইছলাম, ছাদ্দাম হুছেইন আৰু জনৈক ৰাহুল । নিশা আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে নাৰী সৰবৰাহ কাৰী আশ্ৰাফুল ইছলামক।

আৰু পঢ়ক: পাৰ্বত্য ভূমিত আৰএছএছৰ ২০ দিনীয়া প্ৰশিক্ষণ, শুকুৰবাৰে নিশা উপস্থিত হ'ল সংঘৰ মুৰব্বী মোহন ভাগৱত

assam barpeta