মাজবাটৰ অসম অৰুণাচল সীমান্তৰ ২ নং চিকাৰীদাংগাত পুনৰ অস্ত্ৰ উদ্ধাৰ।

মাজবাটৰ অসম অৰুণাচল সীমান্তৰ ২ নং চিকাৰীদাংগাত পুনৰ অস্ত্ৰ উদ্ধাৰ। অৰুণাচল সীমান্তৰ ২ং চিকাৰী ডাঙাত নিশা চলিছিল অভিযান।গাতত পুটি থোৱা অৱস্থাত উদ্ধাৰ দুটাকৈ মাৰনাস্ত্ৰ।

author-image
Asomiya Pratidin
New Update
মাজবাটৰ অসম অৰুণাচল সীমান্তৰ ২ নং চিকাৰীদাংগাত পুনৰ অস্ত্ৰ উদ্ধাৰ।

ডিজিটেল সংবাদ, চিৰাং : মাজবাটৰ অসম অৰুণাচল সীমান্তৰ ২ নং চিকাৰীদাংগাত পুনৰ অস্ত্ৰ উদ্ধাৰ। অৰুণাচল সীমান্তৰ ২ং চিকাৰী ডাঙাত নিশা চলিছিল অভিযান।গাতত পুটি থোৱা অৱস্থাত উদ্ধাৰ দুটাকৈ মাৰনাস্ত্ৰ। অভিযানত উদ্ধাৰ এটা ৰাছিয়াৰ নিৰ্মিত SKS চেমি অটমেটিক ৰাইফল।‌এটা পিষ্টল, ৪৩ জাই ৰাইফলৰ গুলী, ৬২ জাই পিষ্টলৰ গুলী।

Advertisment

নিশা ১:৩০ বজাত ওদালগুৰি জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আচূৰ্য্য জীৱন বৰুৱা আৰু জ্যোতিপ্ৰসাদ পেগু আৰু মাজবাটৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়া ৰাজীৱ গোহাইৰ নেতৃত্বত চলিছিল এই অভিযান।

আৰু পঢ়ক : কি হৈছে আই আই টিত? ছাত্ৰৰ পিছত এইবাৰ অধ্যাপকৰ আত্মহননৰ ঘটনা...

assam arunachal