২০২৪ ত কেতিয়া, কি কি পৰীক্ষা অনুষ্ঠিত কৰিব APSC য়ে? জানিবলৈ চাওঁক এই খবৰ

২০২৪ ত কেতিয়া, কি কি পৰীক্ষা অনুষ্ঠিত কৰিব APSC য়ে? জানিবলৈ চাওঁক এই খবৰ

author-image
Asomiya Pratidin
New Update
এ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাৰ দিন সলনি

২০২৪ ত কেতিয়া, কি কি পৰীক্ষা অনুষ্ঠিত কৰিব APSC য়ে? জানিবলৈ চাওঁক এই খবৰ

ডিজিটেল ডেস্কঃ অসম লোকসেৱা আয়োগে ২০২৪ বৰ্ষৰ বাৰ্ষিক কেলেণ্ডাৰ প্ৰকাশ কৰিছে। ২০২৪ বৰ্ষত আয়োগে অনুষ্ঠিত কৰিবলগীয়া বিভিন্ন বিভাগৰ পৰীক্ষাসমূহৰ লগতে আয়োগৰ নিজা পৰীক্ষাসমূহৰো সূচী প্ৰকাশ কৰিছে।

Advertisment

সমান্তৰালকৈ প্ৰতিটো বিভাগৰ বিপৰীতে পদৰ সংখ্যা আৰু পৰীক্ষা অনুষ্ঠিত হ'বলগীয়া মাহৰ বিষয়েও উল্লেখ কৰা হৈছে। আয়োগৰ নিজা সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা অনুষ্ঠিত হ'ব মাৰ্চ মাহত। এইবাৰ মুঠ ২৩৫ টা পদৰ বাবে অনুষ্ঠিত হ'ব এই পৰীক্ষা। ইয়াৰ পাছত জুন, জুলাই মাহত অনুষ্ঠিত হ'ব মূল লিখিত পৰীক্ষা।

চাওঁক আয়োগে প্ৰকাশ কৰা সম্পূৰ্ণ বাৰ্ষিক কেলেণ্ডাৰখন:

  User
User
  User
User
  User
User
  User
User
  User
User

apsc.pdf

Also Read: উত্তৰ কাছাৰত শূন্য বিৰোধীঃ সৰ্বত্ৰে কেৱল বিজেপি...

এ পি এছ চি