কাজিৰঙাত উৰণীয়া সেতু নিৰ্মাণৰ বাবে ধন মঞ্জুৰীত যাৱতীয় অনুমোদন...

কাজিৰঙাত উৰণীয়া সেতু নিৰ্মাণৰ বাবে ধন মঞ্জুৰীত যাৱতীয় অনুমোদন...
কাজিৰঙাত উৰণীয়া সেতু নিৰ্মাণৰ বাবে ধন মঞ্জুৰীত যাৱতীয় অনুমোদন...

ডিজিটেল ডেস্কঃ ৰাজ্যৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে নাবাৰ্ডৰ পৰা ৰাজ্য চৰকাৰে লৈছে ১০ হাজাৰ কোটি। এছ অ' পি ডি ৰ অধীনত ৩৪৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ ১৪ টা পথ নিৰ্মাণৰ কথা কোৱা হৈছে।

বাজেটত অসম মালা আঁচনিৰ বাবে ১৮৬১.২০ কোটি টকা মুকলি কৰাৰ কথা কোৱা হৈছে। বৃহৎ দলঙৰ পৰা ৩১৯৭.২০ কোটি টকা মঞ্জুৰ কৰা হৈছে। লগতে কাজিৰঙাত উৰণীয়া সেতু নিৰ্মাণৰ বাবে ধনৰ মঞ্জুৰীত যাৱতীয় অনুমোদন।

আনহাতে গোপীনাথ বৰদলৈ পথত চাৰিলেনযুক্ত এলিভেটেড পথৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে। গুৱাহাটীৰ পৰা গড়ভঙা-চাইকেল ফেক্টৰী পথত উৰণ সেতু নিৰ্মাণৰ প্ৰস্তাৱ দিয়া হৈছে।

কাজিৰঙাত উৰণীয়া সেতু নিৰ্মাণৰ বাবে ধন মঞ্জুৰীত যাৱতীয় অনুমোদন...
প্ৰধানমন্ত্ৰীৰ কৰ্মদক্ষতাক প্ৰশংসা অজন্তা নেওগৰঃ ৰাজহুৱা শিতানত ১৮০২৯৮.৮৩ কোটি টকা আৱণ্টন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in