/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
-
এইবাৰ দুৰ্নীতি নিবাৰক শাখাৰ দল চতিয়াত ৷
-
চতিয়াস্থিত নদুৱাৰ ৰাজহ চক্ৰ কাৰ্যালয়ত দুৰ্নীতি নিবাৰক শাখাৰ দল অভিযান ৷
-
নদুৱাৰ ৰাজহ চক্ৰ কাৰ্যালয়ৰ লাট মণ্ডল আৰফদ আলম বৰাক আটক কৰে দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে ৷
-
কাৰ্যালয়ৰ কাষতে থকা এখন হোটেলত উৎকোচ লোৱাৰ সময়তে আটক লাট মণ্ডলগৰাকী ৷
-
ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ ভিতৰত অব্যাহত ৰাখিছে জেৰা ৷
-
এই মুহূৰ্তলৈকে সাংবাদিকৰ দলক ভিতৰত প্ৰৱেশত বাধা অৰোপ ৷
Also Read: কাজিৰঙাত গোলাপ শইকীয়াৰ অভিনৱ পদক্ষেপ