/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/07/dangor-khobr-7.jpg)
dangor khabar
মাজুলীত পাৰ্কুপাইনত খুন্দা মাৰি বিকল ফেৰী
এছ বি বৈষ্ণৱী নামৰ ফেৰীখন আৱদ্ধ ব্রহ্মপুত্রত
কমলাবাৰীৰ পৰা নিমাতিলৈ ৰাওনা হৈছিল ফেৰীখন
প্রচণ্ড কুঁৱলীৰ বাবে ফেৰীখনে খুন্দা মাৰে পাৰ্কুপাইনত
শতাধিক যাত্রীসহ ব্রহ্মপুত্রত আৱদ্ধ এছ বি বৈষ্ণৱী
তিনিখন চাৰিচকীয়া বাহনসহ প্রায় ৩০খন বাইক আছিল ফেৰীখনত
আৰু পঢ়ক : দেশ বুলি ক'লে আদেশ নালাগে...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us