/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/38060805-ca2b-452d-8399-da9376be5eca/111.jpg)
-
ডিব্রুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ এজন অভিযুক্তক গ্রেপ্তাৰ
-
গ্রেপ্তাৰ শুভ্রজিৎ বৰুৱা নামৰ ছাত্রনেতাজনক
-
নিশা টিংখাঙৰ পৰা আৰক্ষীয়ে গ্রেপ্তাৰ কৰে শুভ্রজিৎ বৰুৱাক
-
ঘটনাৰ পিছৰে পৰা পলাতক অৱস্থাত আছিল ছাত্রনেতাজন
আৰু পঢ়ক : ১২ বছৰ পাছত ন্যায়! মুকুল চৌধুৰীৰ হত্যাকাৰীক আদালতে বিহিলে শাস্তি...