/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/3d6545df-82d1-4043-b882-cee975962648/aimu.jpg)
কংগ্রেছৰ পৰা নিলম্বনৰ দিশে ড০ অংকিতা দত্ত
আজি অংকিতাৰ বিৰুদ্ধে ব্যৱস্থা ঘোষণা কৰিব AICCয়ে
বিষয়টোক লৈ APCCৰ সভাপতি ভূপেন বৰাৰ নমনীয় স্থিতি
বিপৰীতে অংকিতাৰ বিৰুদ্ধে সৰৱ বিধায়িনী গোটৰ একাংশ সদস্য
শ্রীনিবাস বি ভিক সমৰ্থন দিবলৈ তৎপৰ হৈছে কংগ্রেছ নেতৃত্ব
হোটেল May Fairৰ ২৫ মাৰ্চৰ ভিডিঅ’ সংগ্রহ কৰিছে কংগ্রেছে
Also Read: কথাত কটা যায়, কথাত বঁটা পায়