গৃহমন্ত্ৰী অমিত শ্বাহৰে দিল্লীত বৈঠক হিমন্ত বিশ্ব শৰ্মাৰঃ চূড়ান্ত হ'ব পাৰে আলফাৰে শান্তি চুক্তিৰ দিন!

গৃহমন্ত্ৰী অমিত শ্বাহৰে দিল্লীত বৈঠক হিমন্ত বিশ্ব শৰ্মাৰঃ চূড়ান্ত হ'ব পাৰে আলফাৰে শান্তি চুক্তিৰ দিন!

author-image
Asomiya Pratidin
New Update
গৃহমন্ত্ৰী অমিত শ্বাহৰে দিল্লীত বৈঠক হিমন্ত বিশ্ব শৰ্মাৰঃ চূড়ান্ত হ'ব পাৰে আলফাৰে শান্তি চুক্তিৰ দিন!

গৃহমন্ত্ৰী অমিত শ্বাহৰে দিল্লীত বৈঠক হিমন্ত বিশ্ব শৰ্মাৰঃ চূড়ান্ত হ'ব পাৰে আলফাৰে শান্তি চুক্তিৰ দিন!

  • ডিব্ৰুগড়ৰ পৰা পোনে পোনে নতুন দিল্লীলৈ যাত্ৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

  • দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছে মুখ্যমন্ত্ৰী ড০ শৰ্মা।

  • আলফাৰ সৈতে শান্তি চুক্তিক চূড়ান্ত ৰূপ দিয়াৰ বাবে এই বৈঠক।

  • বৈঠকত উপস্থিত আছে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ' ৰিঅ'ও।

  • এন এছ চি এনৰ সৈতে কৰিবলগীয়া শান্তি চুক্তিৰ ফ্ৰেমৱৰ্ক সন্দৰ্ভত সৃষ্টি হ'ব পৰা মতবিৰোধকলৈয়ো আলোচনা।

  • বিশেষ সূত্ৰৰ খবৰ অনুসৰি অসম-নাগালেণ্ডৰ সীমা বিবাদক লৈয়ো এই বৈঠকত হৈছে আলোচনা।

  • বৈঠক সন্দৰ্ভত আনুষ্ঠানিকভাৱে কোনো তথ্য প্ৰকাশ কৰা নাই।

  • কিন্তু দুয়োগৰাকী মুখ্যমন্ত্ৰীৰে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছে অমিত শ্বাহ।

Advertisment

Also Read: কাজিৰঙাত দীৰ্ঘদিনে বিকল চেঞ্চৰ কেমেৰা পুনৰ কাৰ্যক্ষম কৰিবলৈ কেন্দ্ৰীয় পৰিৱেশ, বন মন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ...

হিমন্ত বিশ্ব শৰ্মা অমিত শ্বাহ