New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/07/dangor-khobr-23.jpg)
- আমিনগাঁও পোষ্ট অফিচ কলনীত সংঘটিত হ'ল অঘটন।
- ব্রহ্মপুত্রত গা ধুবলৈ গৈ সলিল সমাধি ঘটিল এগৰাকী দশম শ্রেণীৰ ছাত্রৰ।
- মৃত ছাত্রজন আমিনগাঁও ইনষ্টিটিউট কলনীৰ বিবেক বাহাদুৰ।
- বিদ্যালয়ৰ পৰা আহি সমনীয়াৰ সৈতে ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈছিল বিবেক।
- SDRFৰ অভিযানত উদ্ধাৰ বিবেক বাহাদুৰৰ মৃতদেহ।
ক্লিক কৰি পঢ়কঃ১ জুলাইৰ পৰা ব্যৱহাৰ কৰিব নোৱাৰিব একক ব্যৱহাৰযোগ্য প্লাষ্টিক…
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us