আমিনগাঁৱত ভয়ংকৰ অগ্নিকাণ্ডঃ জীৱন্তে অগ্নিদগ্ধ এজন

আমিনগাঁৱত ভয়ংকৰ অগ্নিকাণ্ডঃ জীৱন্তে অগ্নিদগ্ধ এজন

  • আমিনগাঁৱত জীৱন্তে অগ্নিদগ্ধ এজন শ্ৰমিক ।

  • শ্ৰমিক জন ৰামদিয়াৰ থানেশ্বৰ কলিতা ।

  • আমিনগাৱৰ  "Rainbow Plast" নামৰ উদ্যোগটোত সংঘটিত হৈছে এই কৰুণ ঘটনা ।

  • উদ্যোগটোৰ শ্ৰমিকৰ শোৱনি কোঠাত জুই লগাৰ ফলত জীৱন্ত অগ্নিদগ্ধ হয় শ্ৰমিক জন ।

  • কোঠাটোত মুঠ ৮ জন শ্ৰমিক আছিল ।

  • কথমপি প্ৰাণ ৰক্ষা আন শ্ৰমিক কেইজন ।

  • "Rainbow Plast"ৰ কাষতে থকা "Sanaganeriya Taxtile Industry"ৰ শ্ৰমিকৰ কোঠাত প্ৰথমে জুইৰ সূত্ৰপাত হৈছিল ।

  • অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই ।

  • ইতিমধ্যে উত্তৰ গুৱাহাটী গৌৰিপুৰ আৰক্ষী চকীয়ে তদন্ত আৰম্ভ কৰিছে ।

আমিনগাঁৱত ভয়ংকৰ অগ্নিকাণ্ডঃ জীৱন্তে অগ্নিদগ্ধ এজন
উজনি কোঁৱৰ গাঁৱৰ নামঘৰৰ ২৪ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in