New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/09/dangor-khobr-1.jpg)
- ডিব্রুগড় অসম চিকিৎসা মহাবিদ্যালয়ত চাঞ্চল্যকৰ ঘটনা।
- AMCHত পত্নীক হত্যা কৰি আচামীৰ আত্মহত্যা।
- আত্মহত্যা কৰা আচামীজনৰ নাম ৰঞ্জিৎ দাস।
- ১৫ আগষ্টৰ পৰাই AMCHত চিকিৎসাধীন হৈ আছিল।
- AMCHৰ প্লাষ্টিক ছাৰ্জাৰী বিভাগৰ স্নানাগাৰত এই ঘটনা।
- শুকুৰবাৰে নিশাৰ ভাগত স্নানাগাৰত এই ঘটনা।
- পত্নীক ডিঙিত ব্লেডেৰে ৰেপি হত্যা ৰঞ্জিৎ দাসৰ।