বিপিএফৰ শাসনকালত ১৯০০কোটিৰ কেলেংকাৰী! প্ৰতিক্ৰিয়া প্ৰকাশ দেৰহাছাৎ বসুমতাৰীৰ

বিপিএফৰ শাসনকালত ১৯০০ কোটিৰ বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। ইয়াৰ প্ৰত্যুত্তৰ দিয়ে বিটিচি বিধান পৰিষদৰ বিৰোধী দলপতিৰ ।
বিপিএফৰ শাসনকালত ১৯০০কোটিৰ কেলেংকাৰী! প্ৰতিক্ৰিয়া প্ৰকাশ দেৰহাছাৎ বসুমতাৰীৰ

ডিজিটেল সংবাদ, কোকৰাঝাৰ: বিপিএফৰ শাসনকালত ১৯০০ কোটিৰ বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। ইয়াৰ প্ৰত্যুত্তৰ দিয়ে বিটিচি বিধান পৰিষদৰ বিৰোধী দলপতিৰ ।

বিপিএফৰ দেৰহাছাৎ বসুমতাৰীৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, চৰকাৰী অডিট অডিটৰ জেনেৰেলৰ দ্বাৰা কৰা হয় । কোনো ব্যাক্তিগত প্ৰতিষ্ঠানৰ দ্বাৰা কৰা নহয় ।

প্ৰমোদ বড়োই জনসাধাৰণক বিপথে পৰিচালিত কৰিছে বুলি অভিযোগ উত্থাপন কৰি তেওঁ কয় যে নিটকণ নামৰ ব্যক্তিগত প্ৰতিষ্ঠানৰ দ্বাৰা চৰকাৰী অডিট কৰি সাংবিধানিক মৰ্যদা অৱমাননা কৰিছে । অডিটৰ জেনেৰেলক অৱমাননা কৰা হৈছে ।

বিপিএফৰ ১৫ বছৰীয়া শাসনকালত প্ৰতিবছৰে অডিটৰ জেনেৰেলৰ দ্বাৰা অডিট কৰা হৈছিল । প্ৰমোদ বড়োই সাংবিধানিক মৰ্যদা খৰ্ব কৰি জনসাধাৰণক বিপথে পৰিচালিত কৰিছে । জনসাধাৰণক বিপথে পৰিচালিত কৰাৰ পৰা দূৰৈত থকাৰ আহ্বা তেওঁৰ ।

আৰু পঢ়ক: গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়: গুজৰাট আদালত

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in