ৰাজ্যৰ ১১ গৰাকী এ চি এছ বিষয়াক আই এ এছ বিষয়ালৈ পদোন্নতি...

ৰাজ্যত বৃদ্ধি পাব আই এ এছ বিষয়াৰ সংখ্যা। ১১ গৰাকীকৈ এ চি এছ বিষয়াক আই এ এছ বিষয়ালৈ পদোন্নতি বিভাগীয় কৰ্তৃপক্ষৰ

author-image
Asomiya Pratidin
New Update
ড্রাগছ আসক্ত যুৱকে কাঢ়ি নিলে মহিলাৰ বেগ

ডিজিটেল ডেস্ক : ৰাজ্যত বৃদ্ধি পাব আই এ এছ বিষয়াৰ সংখ্যা। ১১ গৰাকীকৈ এ চি এছ বিষয়াক আই এ এছ বিষয়ালৈ পদোন্নতি বিভাগীয় কৰ্তৃপক্ষৰ। ১৩ তাৰিখৰ নিশা এক জাননী যোগে এই কথা প্ৰকাশ কৰা হয়।

Advertisment

তথ্য অনুসৰি আ এ এছ বিষয়ালৈ পদোন্নতি কৰা হৈছে বিষয়াসকল হ'ল মনিতা বৰগোঁহাই, গীতাঞ্জলি ভট্টাচাৰ্য, ফজুল হক চৌধুৰী, মঃ শ্বাহ নাৱাজ চৌধুৰী, কাব্যশ্রী মহন্ত, স্মীতাক্ষী বৰুৱা, মালবিকা চৌধুৰী, ইন্দ্রেশ্বৰ কলিতা, অৰুন্ধতী চক্রৱৰ্তী, দেৱ কুমাৰ কলিতা, কৌছৰ জামিল হিলালীক।

Also Read: নীট ২০২৩ ৰ ফলাফল ঘোষণাঃ উঃপূঃৰ ৰেংক-১ ত ছাকিল হুচেইন

GOVT OF ASSAM