Advertisment

নাজিৰাৰ উন্মুক্ত ৰে’ল ক্র’ছিঙত অঘটন

নাজিৰাৰ উন্মুক্ত ৰে’ল ক্র’ছিঙত অঘটন

author-image
Asomiya Pratidin
New Update
নাজিৰাৰ উন্মুক্ত ৰে’ল ক্র’ছিঙত অঘটন

প্ৰতিনিধিত্বমূলক ফটো

  • নাজিৰাৰ উন্মুক্ত ৰে’ল ক্র’ছিঙত অঘটন

  • উজনিমুৱা ৰাজধানী এক্সপ্রেছৰ খুন্দা চাৰিচকীয়া বাহনত

  • দুৰ্ঘটনাত চূৰ্ণ-বিচূৰ্ণ মাৰুতি FRONX বাহনখন

  • কথমপি প্রাণ ৰক্ষা বাহনচালকজনৰ

  • বাহনচালকজন BCPLৰ কৰ্মচাৰী বুলি জানিব পৰা গৈছে

  • বৰ্তমান ডিব্ৰুগড়ৰ এখন নাৰ্ছিংহোমত চিকিৎসাধীন লোকজন।

Advertisment

Also Read: অনুষ্ঠানৰ মাজতে দুৰ্ঘটনা সন্দৰ্ভত জুবিন গাৰ্গৰ প্ৰতিক্ৰিয়া

nazira rail