New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/a6437e74-4094-4251-b1f7-e245bb4191ae/klmkl.jpg)
পুনৰ কংগ্ৰেছত মোক্ষম আঘাত।
পদত্যাগ কৰিলে সাংসদ আব্দুল খালেকে।
কংগ্ৰেছ সভাপতি মালিকাৰ্জুন খাৰ্গেলৈ প্ৰেৰণ পদত্যাগ পত্ৰ।
লোকসভা নিৰ্বাচনত টিকটৰ পৰা বঞ্চিত হৈছিল সাংসদগৰাকী।
তাৰপাছতেই এই সিদ্ধান্ত।
পদত্যাগ কৰিয়েই দলৰ বিসম্বাদৰ কথা উল্লেখ খালেকৰ।