মূল্যবৃদ্ধিৰ বিৰুদ্ধে ওদালগুৰিত প্ৰতিবাদ…

মূল্যবৃদ্ধিৰ বিৰুদ্ধে ওদালগুৰিত প্ৰতিবাদ…

author-image
asomiyapratidin
New Update
মূল্যবৃদ্ধিৰ বিৰুদ্ধে ওদালগুৰিত প্ৰতিবাদ…

ডিজিটেল সংবাদ ,ওদালগুৰি: মূল্যবৃদ্ধিয়ে ৰাজ্যবাসীক কোঙা কৰাৰ সময়তে ওদালগুৰিত জিলা ছাত্ৰ সন্থাই প্ৰতিবাদী সাব্যস্ত কৰে।

Advertisment

মূল্যবৃদ্ধিৰ বিৰুদ্ধে সংগঠনটোৰ এই প্ৰতিবাদ।খাদ্য সামগ্ৰীৰ লগতে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদ সাব্যস্ত সংগঠনটোৰ।

ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধেও সৰৱ সংগঠনটো। ওদালগুৰি চহৰত বিশাল সত্যাগ্ৰহ কাৰ্যসূচী উলিয়াই ছাত্ৰ সন্থাই। মূখ্যমন্ত্ৰী-যোগানমন্ত্ৰী বিৰুদ্ধে শ্লোগান দি উত্তপ্ত কৰি তোলে পৰিস্থিতি।

আৰু পঢ়ক:

বিটিআৰত পুণৰ জন্ম নতুন উগ্ৰপন্থী সংগঠন , আৰক্ষীৰ গুলীত নিহত…

পালে নেকি পুৰস্কাৰ ? পুৱাই ৫ AIUDF ৰ বিধায়কৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ…

assam udalguri protest aasu