আপে আৰম্ভ কৰিলে গুৱাহাটীত উন্নয়নৰ ৰাজনীতি! জনতাক ধন্যবাদ দলটোৰ…

আপে আৰম্ভ কৰিলে গুৱাহাটীত উন্নয়নৰ ৰাজনীতি! জনতাক ধন্যবাদ দলটোৰ…

author-image
asomiyapratidin
New Update
পশ্চিমবংগত কাৰ সৈতে মিত্ৰতা কৰিব আপে? ক'লে...

ডিজিটেল ডেস্ক: প্ৰথমবাৰৰ বাবে গুৱাহাটী পৌৰ নিগম নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই এখন আসনত বিজয় সাৱ্যস্ত কৰে আম আদমি পাৰ্টীয়ে।

জয়ৰ পাছতেই এক প্ৰেছ বিবৃতিৰ জৰিয়তে ৰাইজক ধন্যবাদ জ্ঞাপন কৰে আপে। দলটোৱে কয় যে এই নিৰ্বাচনৰ জৰিয়তে আম আদমি পাৰ্টীয়ে আৰম্ভ কৰিলে গুৱাহাটীত উন্নয়নৰ ৰাজনীতি। সকলো ভোটাৰ, স্বেচ্ছাসেৱকক ধন্যবাদ জনাই আপে।

প্ৰেছ বিবৃতিত আপে কয় যে আপে সুন্দৰ প্ৰতিদ্বন্বিতা আগবঢ়াবলৈ সক্ষম হৈছে। কামৰ ৰাজনীতি কৰা, একমাত্ৰ উন্নয়নক ইচ্ছ্যু হিচাপে লোৱা আপে সংখ্যাৰ হিচাপত ভাল সফলতা লাভ নকৰিলেও এক দিশৰ পৰা সম্পূৰ্ণ সফল হৈছে।

আৰু পঢ়ক: দুৰ্ধৰ্ষ মহিলা ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ…

assam GMC ELECTION aap bjp