New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/e519645a-c2a9-46a5-94e2-53fb7179fca7/ABSU.jpg)
নিখিল বড়ো ছাত্ৰ সন্থা (এবছু)ৰ কেন্দ্ৰীয় সমিতি গঠন
সভাপতি আৰু সাধাৰণ সম্পাদক পদত অধিস্থিত হৈছে ক্ৰমে দ্বিপেন বড়ো আৰু খনীন্দ্ৰ বসুমতাৰী
সংগঠনটোৰ ৫৫ সংখ্যক দ্বিবাৰ্ষিক অধিৱেশন চলি আছে ৰৌতাত
অধিৱেশনখনিৰ আজি পুৱাৰ কাৰ্যসূচী আছিল অন্তিম প্ৰতিনিধি সভা
ইয়াৰ পাছতে সংগঠনটোৰ নতুন সমিতিখন গঠন কৰা হয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us