লখিমপুৰৰ এগৰাকী আৰক্ষী জোৱান সন্ধানহীন...

লখিমপুৰৰ এগৰাকী আৰক্ষী জোৱান সন্ধানহীন...
  • কৰ্তব্যৰত অৱস্থাৰ পৰা নিৰুদ্দেশ হৈছে অসম আৰক্ষী বেটেলিয়ানৰ এজন জোৱান ৷

  • জোৱান জনৰ নাম ৰত্নেশ্বৰ দত্ত ৷

  • ১৫ নম্বৰ অসম আৰক্ষী বেটালিয়নৰ ১৭ নং প্লাটনৰ হাবিলদাৰ ৰত্নেশ্বৰ দত্ত ৷

  • ৰত্নেশ্বৰ দত্তৰ ঘৰ পানীগাঁও আৰক্ষী থানাৰ অন্তৰ্গত মাউত গাঁৱত।

  • কৰিমগঞ্জৰ ১৫ নং বেটালিয়ানৰ হেড কোৱাৰ্টাৰ ইয়ালিগুণৰ পৰা যোৱা সাত মাৰ্চৰ পৰা নিৰুদ্দেশ হৈ আছে ৷

লখিমপুৰৰ এগৰাকী আৰক্ষী জোৱান সন্ধানহীন...
আমি মুখ চুপতি নামাৰো, ফলাফল বিজেপিৰ পক্ষত গ'লে উত্তৰ দিব লাগিব ভুপেন বৰাই...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in