/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
কৰ্তব্যৰত অৱস্থাতে ঢলি পৰিল গৃহৰক্ষী জোৱান
বৃহস্পতিবাৰে নিশা ঝাৰগাঁও মহকুমা স্বাস্থ্য কেন্দ্ৰত সংঘটিত হয় এই ঘটনা
মায়ং থানাৰ গৃহৰক্ষী জোৱানজনৰ নাম গোপাল ডেকা
তামোল খাই অচেতন হৈ পৰা বুলি কয় যদিও, সুৰাসক্ত অৱস্থাত থকাৰ সন্দেহ প্ৰত্যক্ষদৰ্শীৰ
ডাংকোলা কৰি সতীৰ্থসকলে চিকিৎসালয়ৰ বিচনালৈ লৈ যায়
লগে লগে চিকিৎসালয়ত গোপাল ডেকাক চেলাইন দিয়ে
অৱশ্যে এজন যুৱকে অলপ চেনী খুৱাই দিওতে সুস্থ হৈ উঠে বুলি জনায়।
/asomiyapratidin/media/agency_attachments/2025/10/29/2025-10-29t133617762z-ap-new-dfdfbdfbgfdgfgfgfgf-2025-10-29-19-06-18.png)
Follow Us