/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/d674befb-d350-40da-99c3-47762db27a98/49.jpg)
-
মায়ঙৰ হিলৈখুন্দাত ভয়ংকৰ পথ দুৰ্ঘটনা
-
ব্ৰহ্মপুত্ৰৰ বুকুত ডুবিল এখন চাৰিচকীয়া বাহন
-
চনকাৰ ধাবাৰ পৰা উভতি অহাৰ সময়ত এই দুৰ্ঘটনা
-
পথৰ পৰা ব্ৰহ্মপুত্ৰ নৈ ত বাগৰি পৰে বাহনখন
-
কিছু সময় পূৰ্বে সংঘটিত হৈছে এই দুৰ্ঘটনা
-
বাহনখনত ৪ যুৱক-যুৱতী আছিল
-
স্থানীয় লোকে বাহনখনৰ আইনা ভাঙি উলিয়াই যুৱক যুৱতীক
-
জানিব পৰা মতে দুৰ্ঘটনাৰ ফলত এজন আৰোহীৰ মৃত্যু ঘটিছে
-
গুৱাহাটীৰ পৰা চনকাৰ এখন ধাবা লৈ আহিছিল দলটো
-
বাহনখন এতিয়াও ব্ৰহ্মপুত্ৰৰ বুকুত ডুব গৈ আছে
-
যুৱক-যুৱতী কেইজনক মায়ঙৰ লোনমাটি ৰাজ্যিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে
-
ঘটনাস্থলীলৈ আৰক্ষীৰ দল ৰাওনা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/e9dc9284-8c1d-421d-8325-1766c67faa8a/6c4dcbd7_d506_46a3_b45f_5486b150a29c.jpg)
Also Read: কল্লোল সাংস্কৃতিক গোষ্ঠীৰ সোণালী জয়ন্তী বৰ্ষৰ স্মৃতিগ্ৰন্থ উন্মোচন