
আৰক্ষীৰ গুলিত নিহত এজন ডকাইত
আৰক্ষীৰ সম্ভেদ পাই এটা ঘৰৰ পৰা পলায়ন কৰিব চেষ্টা কৰোতেই আৰক্ষীয়ে গুলীচালনা কৰে
ৰৌতাৰ দৈফাং- নলবাৰীৰ ওচৰত সংঘটিত হয় ঘটনাটো
ডকাইতজনৰ পৰা উদ্ধাৰ হৈছে এটা পিষ্টল
দুজন আৰক্ষীৰ লোক আহত হৈছে
নিহত ডকাইতজনৰ নাম কেনাৰাম বড়ো বুলি জানিব পৰা গৈছে ।