বিজ্ঞান শাখাত ৯৮.২৭ শতাংশ উত্তীৰ্ণৰে শীৰ্ষত বাক্সা…

বিজ্ঞান শাখাত ৯৮.২৭ শতাংশ উত্তীৰ্ণৰে শীৰ্ষত বাক্সা…

author-image
asomiyapratidin
New Update
HS RESULTS-  কলাত ৮৩.৪৮শতাংশ, বিজ্ঞানত ৯২.১৯শতাংশ আৰু বাণিজ্যত ৮৭.২৭শতাংশ উৰ্ত্তীণ…

ডিজিটেল ডেস্ক: উচ্চতৰ মাধ্যমিক চূড়ান্ত শাখাৰ বিজ্ঞান শাখাত সৰ্বাধিক উত্তীৰ্ণৰ হাৰ বাক্সা জিলাত। জিলাখনৰ ৯৮.২৭ শতাংশ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে বিজ্ঞান শাখাত।

Advertisment

দ্বিতীয় স্থানত আছে নলবাৰী। জিলাখনত বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ ৯৭.৯৯ শতাংশ। অন্যহাতে তৃতীয় স্থানত আছে শিৱসাগৰ জিলা। জিলাখনৰ বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ ৯৭.৮৩ শতাংশ।

উল্লেখ্য যে, কামৰূপ মেট্ৰৰ বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ ৯২.৬২ শতাংশ লগতে কামৰূপ গ্ৰাম্যত উত্তীৰ্ণৰ হাৰ ৯৪.৫৬ শতাংশ।

আৰু পঢ়ক: বাণিজ্য শাখত ১০০ শতাংশ উত্তীৰ্ণ মাজুলীত…

assam hs results scidence