/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
অনুশাসন ভংগৰ অভিযোগত আপৰ পৰা নিলম্বন ৫ গৰাকীক...
আম আদমী পাৰ্টীৰ পৰা নিলম্বন ৫ গৰাকীকৈ ব্যক্তিক।
নিলম্বন কৰা হৈছে শিৱসাগৰৰ চন্দন জ্যোতি ফুকনক।
নিলম্বন কৰা হৈছে চৰাইদেউৰ মুনীন গগৈক।
নিলম্বন গুৱাহাটীৰ ব্রজেন সন্দিকৈ, অনুৰূপা বড়োকো।
নিলম্বন কৰা হৈছে নাৰায়ণ দত্ত ভূঞাক।
দলীয় অনুশাসন ভংগৰ অভিযোগত নিলম্বন আটাইকেইগৰাকীক।
১৪ জুলাইত শিৱসাগৰৰ ডিমৌত সভা অনুষ্ঠিত কৰা সন্দৰ্ভত নিলম্বন।
Also Read: শ্ৰদ্ধাঞ্জলি উৰণ সেতুত ভয়ংকৰ পথ দুৰ্ঘটনা...