আজাদী কা অমৃত মহোৎসৱ: ধ্বংস কৰা হ’ব ৪২,০০০ কিলো. নিচাজাতীয় সামগ্ৰী…

আজাদী কা অমৃত মহোৎসৱ: ধ্বংস কৰা হ’ব ৪২,০০০ কিলো. নিচাজাতীয় সামগ্ৰী…

author-image
asomiyapratidin
New Update
জে এন ইউত প্ৰচণ্ড মাৰপিটঃ ABVPৰ বহু কেইজন কৰ্মী আহত, এইমছত ভৰ্তি…

ডিজিটেল ডেস্ক: ভাৰতৰ স্বাধীনতাৰ ৭৫ তম বৰ্ষ উপলক্ষে বিত্ত মন্ত্ৰালয়ে আয়োজন কৰা "আজাদী কা অমৃত মহোৎসৱ" উদযাপনৰ অংশ হিচাপে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লৈছে কেন্দ্ৰ চৰকাৰে।

Advertisment

ইয়াৰ পৰিপ্ৰেক্ষিততে ৮ জুনত অনুষ্ঠিত কৰা হ'ব ড্ৰাগ ধ্বংস দিৱস। বুধবাৰে এই বিশেষ দিনটোত দেশৰ ১৪ টা স্থানত মুঠ ৪২,০০০ কিলোগ্ৰাম নিচাজাতীয় সামগ্ৰী ধ্বংস কৰা হ'ব।

বুধবাৰে লক্ষ্ণৌ, মুম্বাই, গুৱাহাটী, মুদ্ৰা, কান্দলা, পাটনা আৰু শিলিগুৰিত অনুষ্ঠিত হ'বলগীয়া এই ড্ৰাগছ ধ্বংস প্ৰক্ৰিয়া ভাৰ্চুৱেলী প্ৰত্যক্ষ কৰি কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে। লগতে অন্য বিষয় ববীয়া সকলক সম্বোধনো কৰিব কেন্দ্ৰীয় বিত্ত মন্ত্ৰী গৰাকীয়ে।

আৰু পঢ়ক: নগাঁৱত বন্যহস্তীৰ আক্ৰমণত মৃত্যু মহিলাৰ…

drugs Narcotics. assam amrit mahotsav