নগাঁৱত বন্যহস্তীৰ আক্ৰমণত মৃত্যু মহিলাৰ…

নগাঁৱত বন্যহস্তীৰ আক্ৰমণত মৃত্যু মহিলাৰ…
  • নগাঁৱৰ ৰজাগাঁও দক্ষিণ জ্বৰ বাগানত বন্যহস্তীৰ সন্ত্রাস।
  • বন্যহস্তীৰ আক্রমণত এগৰাকী মহিলাৰ মৃত্যু।
  • মঙলবাৰে সংঘটিত হয় এই ঘটনা।
  • মৃত মহিলাগৰাকীৰ নাম আছুলতা মল্লিক।
  • বন্যহস্তীৰ আক্রমণত স্বপন মল্লিক নামৰ আন এজন লোকো আহত।
  • সংকটজনক অৱস্থাত স্বপন মল্লিকক চিকিৎসালয়ত ভৰ্তি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in