/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
মাকুম চীনাপট্টীত হেৰ’ইনসহ আটক ৪ যুৱক।
মাকুম আৰক্ষীৰ অভিযানত আটক যুৱক ৪জনক।
এখন চাৰিচকীয়া বাহনেৰে অৰুণাচল অভিমুখে গৈ থকা সময়তে আটক।
আটক: ঋষভ শ্রীবাস্তৱ, আদৰেশ্বৰ বৰুৱা, ৰহিম ৰাজখোৱা, ৰুবুল মৰাণ।
জব্দ কৰা হেৰ’ইনখিনি ওজন ৭৯.৪৮ গ্রাম হ'ব বুলি জানিবলৈ দিয়ে।
Also Read: দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনঃ অসমৰ ৫সমষ্টিৰ ৬১গৰাকী প্ৰাৰ্থী কোন কোন, সবিশেষ...