Advertisment

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনঃ অসমৰ ৫সমষ্টিৰ ৬১গৰাকী প্ৰাৰ্থী কোন কোন, সবিশেষ...

অসমৰ ৫সমষ্টিৰ ৬১গৰাকী প্ৰাৰ্থী কোন কোন, সবিশেষ...

author-image
Asomiya Pratidin
New Update
দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনঃ  অসমৰ ৫সমষ্টিৰ ৬১গৰাকী প্ৰাৰ্থী কোন কোন, সবিশেষ...

ডিজিটেল ডেস্কঃ অসমৰ ৫টা লোকসভা সমষ্টিত কাইলৈ অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন। নগাঁও, কৰিমগঞ্জ, ডিফু, শিলচৰ আৰু দৰং-ওদালগুৰিত পুৱা ৭বজাৰে পৰা বিয়লি ৫বজালৈকে অনুষ্ঠিত হ'ব ভোটগ্ৰহণ।

Advertisment

দৰং-ওদালগুৰি

  • মুঠ ভোটাৰ- ২১, ৮৭, ১৬০গৰাকী

  • অন্তৰ্গত বিধানসভা সমষ্টি-  ১১টা

  • (ৰঙিয়া, কমলপুৰ, তামুলপুৰ, গোৰেশ্বৰ, ভেৰগাঁও, ওদালগুৰি, মাজবাট, টংলা ছিপাঝাৰ, মঙ্গলদৈ আৰু দলগাঁও)

  • মুঠ প্ৰাৰ্থীৰ সংখ্যা- ১১গৰাকী  

    1. দিলীপ শইকীয়া, বিজেপি·      

    2. দুৰ্গাদাস বড়ো, বিপিএফ·      

    3. মাধৱ ৰাজবংশী, কংগ্ৰেছ·      

    4. অৰুণ বৰুৱা, ভাৰতীয় জৱান কিষাণ পাৰ্টি·      

    5. আবুল কাচিম, ৰিপ্লাবিকান পাৰ্টি অৱ ইণ্ডিয়া·      

    6. আব্দুল হামিদ, ৰাষ্ট্ৰীয় ওলেমা কাউন্সিল·      

    7. জিতেন্দ্ৰ চলিহা, ছচিয়েল ইউনিটি চেন্টাৰ অৱ ইণ্ডিয়া·      

    8. বীৰেন বাচাক, ভাৰতীয় গণ পৰিষদ·      

    9. ললিত পেগু, ভোটাৰছ পাৰ্টি ইণ্টাৰনেচনেল·      

    10. স্বৰ্ণ দেৱী, গণ সুৰক্ষা পাৰ্টি·      

    11. ডেনিয়েল মাদ্ৰী, নিদৰ্লীয় 

ডিফু

  • মুঠ ভোটাৰৰ সংখ্যা- ৮, ৯৩, ০৫৮গৰাকী

  • অন্তৰ্গত বিধানসভা সমষ্টি- ৬টা

  • (বোকাজান (ST), হাওৰাঘাট, ডিফু, ৰংখাং, আমৰি আৰু হাফলং)

মুঠ প্ৰাৰ্থীৰ সংখ্যা- ৫গৰাকী

  1. অমৰসিং তিছু- বিজেপি

  2. জয়ৰাম ইংলেং- কংগ্ৰেছ·    

  3. জটচন বে- অটোনমাচ ষ্টেট ডিমাণ্ড কমিটি·    

  4. জন বৰনাড চাংমা- গণ সুৰক্ষা পাৰ্টি·    

  5. জে আই কাথাৰ-  নিদৰ্লীয়

কৰিমগঞ্জ

  • মুঠ ভোটাৰৰ সংখ্যা- ১৪,১২,২৩৯ গৰাকী

  • অন্তৰ্গত বিধানসভা সমষ্টিঃ ৭টা

  • (উত্তৰ কৰিমগঞ্জ, দক্ষিণ কৰিমগঞ্জ, পাথাৰকান্দি, ৰামকৃষ্ণ নগৰ,হাইলাকান্দি জিলা, হাইলাকান্দি আৰু আলগাপুৰ-কাটলিচেৰা)

মুঠ প্ৰাৰ্থীৰ সংখ্যা- ২৪গৰাকী·      

  1. কৃপানাথ মাল্লা- বিজেপি·      

  2. চাহাবুল ইছলাম চৌধুৰী- এ আই ইউ ডি এফ·      

  3. হাফিজ ৰজিদ আহমেদ চৌধুৰী- কংগ্ৰেছ·      

  4. এহেদ উদ্দিন- ৰাষ্ট্ৰীয় ওলেমা কাউন্সিল·      

  5. দেৱাশীষ ঘোষ- বেংগলী নৱনিৰ্মাণ সেনা·      

  6. প্ৰাজলউদ্দীপ দেৱ- ছচিয়েল ইউনিটী চেন্টাৰ অৱ ইণ্ডিয়া

    নিদৰ্লীয় প্ৰাৰ্থীসকলঃ-আব্দুছ সুবান তপদ্দাৰ, আব্দুল কালাম মজুমদাৰ,আব্দুল গফ্ফৰ তালুকদাৰ, আব্দুল বাচিট তপদ্দাৰ, আব্দুল হামিদ, আলিম উদ্দিন মজুমদাৰ, গোপাল চন্দ্ৰ পাল, জিবেজ দে, দিলীপ কুমাৰ, দেৱজ্যোতি নাথ, বিনয় কৃষ্ণ ৰয়, নজৰুল ইছলাম লস্কৰ, মুছাক্কিৰ হাছাল লস্কৰ, ৰকিবুল হুচেইন চৌধুৰী, ৰচিদ আহমেদ চৌধুৰী, ৰচিদ আহমেদ লস্কৰ, চাফিকুৰ ৰহমান হাজাৰী, চাহেল আহমেদ।

শিলচৰ

  • মুঠ ভোটাৰৰ সংখ্যা- ১৩,৬১,৪৯৬ 

  • অন্তৰ্গত বিধানসভা সমষ্টি- ৭টা

  • (শিলচৰ, সোণাই, ধলাই(SC), উধাৰবন্দ, লক্ষীপুৰ, বৰখলা আৰু কাটিগড়া)

মুঠ প্ৰাৰ্থীৰ সংখ্যা- ৮গৰাকী·     

  1. পৰিমল শুক্লবৈদ্য, বিজেপি·     

  2. সূৰ্যকান্ত সৰকাৰ, কংগ্ৰেছ·     

  3. প্ৰভাস চন্দ্ৰ চৰকাৰ, ছচিয়েলিষ্ট ইউনিটী চেন্টাৰ অৱ ইণ্ডিয়া·     

  4. বীৰেন্দ্ৰ কুমাৰ দাস, বেংগলী নৱনিৰ্মাণ কমিটী·     

  5. ৰাজীৱ দাস, বহুজন মহা পাৰ্টি·     

  6. ৰাধেশ্যাম বিশ্বাস, তৃণমূল কংগ্ৰেছ·     

  7. অনন্ত মোহন ৰয়, নিদৰ্লীয়·     

  8. ৰাজু দাস, নিদৰ্লীয়

নগাও

  • মুঠ ভোটাৰৰ সংখ্যা- ১৮,০৪, ৪৭১ গৰাকী

  • অন্তৰ্গত বিধানসভা সমষ্টি- ৮টা

  • (জাগীৰোড, লাহৰীঘাট, মৰিগাঁও , ধিং , ৰূপহীহাট, চামগুৰি, নগাঁও-বটদ্ৰবা আৰু ৰহা সমষ্টি (SC)

মুঠ প্ৰাৰ্থীৰ সংখ্যা- ১৩গৰাকী·       

  1. আমিনুল ইছলাম, এ আই ইউ ডি এফ·       

  2. প্ৰদ্যুত বৰদলৈ, কংগ্ৰেছ·       

  3. সুৰেশ বৰা, বিজেপি·       

  4. অনুপম বৰুৱা, জয় প্ৰকাশ জনতা দল·       

  5. চাইফুল ইছলাম চৌধুৰী, অসম জন মৰ্চা·       

  6. ৰব্বুল হক, ৰাষ্ট্ৰীয় ওলেমা কাউন্সিল·       

  7. শান্তনু মুৰ্খাজী,  ভাৰতীয় গণ পৰিষদ·       

  8. আবু ৰেইহান উদ্দিন, নিদৰ্লীয়·       

  9. আবু চামা- নিদৰ্লীয়·       

  10. চামচুল আলম- নিদৰ্লীয়·       

  11. নিখিল ডেকাৰজা- নিদৰ্লীয়·       

  12. বিপদ ভানজান সৰকাৰ- নিদৰ্লীয়·       

  13. শিখা শৰ্মা- নিদৰ্লীয়

অসম