৩৬ গৰাকী এ পি এছ বিষয়াক পদোন্নতি...

৩৬ গৰাকী এ পি এছ বিষয়াক পদোন্নতি...

author-image
Asomiya Pratidin
New Update
সাহসিকতা, উৎকৃষ্টতাৰ বাবে মুঠ ২৫ গৰাকী অসম আৰক্ষীৰ লোকলৈ ৰাষ্ট্ৰীয় পুৰস্কাৰ...

৩৬ গৰাকী এ পি এছ বিষয়াক পদোন্নতি...

ডিজিটেল ডেস্কঃ অসম চৰকাৰৰ গৃহ বিভাগৰ পৰা জাৰি কৰা এক নিৰ্দেশনাৰ জৰিয়তে অসম আৰক্ষীৰ ৩৬ গৰাকীকৈ বিষয়াক পদোন্নতি দিয়া হৈছে। গৃহ বিভাগৰ সচিব দেৱ প্ৰসাদ মিশ্ৰই স্বাক্ষৰ কৰা এই নিৰ্দেশনাৰ জৰিয়তে ৩৬ গৰাকী এপিএছ বিষয়াক গ্ৰেড-II ৰ বিষয়া হিচাপে পদোন্নতি দিয়াৰ কথা উল্লেখ কৰিছে। সবিশেষ চাওক তলৰ নিৰ্দেশনাত।

Also Read: ষ্ট্ৰোকত আক্ৰান্ত হৈ এপল'ত চিকিৎসাধীন অভিনেতা ৰূপম বৰুৱা...

অসম আৰক্ষী