/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/d12cc0d9-e9cd-4ae8-8530-5eebe8cbe43d/fc8996b2_4032_4046_ba7e_24edc7a45903.jpg)
লাহৰিজানত নিচাযুক্ত দ্ৰব্যসহ ২জনক আটক
-
লাহৰিজানত বুজন পৰিমাণৰ ড্ৰাগছ জব্দ।
-
ড্ৰাগছসহ আটক দুই সৰবৰাহকাৰীক।
-
শুকুৰবাৰে সন্ধিয়া আৰক্ষীয়ে জব্দ কৰে বুজন পৰিমাণৰ ড্ৰাগছ।
-
লাহৰিজান তহলদাৰী চকীৰ নিয়মীয়া নাকা তালাচীত জব্দ নিচাযুক্ত সামগ্ৰীখিনি।
-
আৰক্ষীয়ে জনোৱা অনুসৰি উক্ত অভিযানত ৮৪৫.৫৭৭ গ্ৰাম হেৰ'ইন জব্দ কৰে।
-
আৰক্ষীয়ে MN-01-AX-1752 নম্বৰৰ বাহনখনত তালাচী চলাই জব্দ কৰে ড্ৰাগছখিনি।
-
৭৪ টা চাবোনৰ বাকচত লুকুৱাই আনিছিল হেৰ'ইনখিনি।
-
সৰবাৰাহত অভিযুক্ত মণিপুৰৰ থৌবাল জিলাৰ ফজলুৰ ৰহমান আৰু পূব ইম্ফল জিলাৰ মঃ ৰজক আহমেদক আটক।
-
সম্প্ৰতি দুয়োকে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।
Also Read: ৯৪টা গ’ল আৰু এজন ভাৰতীয়