/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/26d454ce-6405-4b42-b326-a2e01603cc42/111.jpg)
-
১১ মাহ পুৰণি এটা চাঞ্চল্যকৰ নিৰুদ্দেশৰ ঘটনা
-
প্রেমৰ বাবেই প্রেমিকাৰ পৰিয়ালে যুৱকক হত্যাৰ অভিযোগ
-
প্রেমিকাসহ পিতৃক গ্রেপ্তাৰ কামৰূপ আৰক্ষীৰ
-
গ্রেপ্তাৰ মঞ্চুৱ আলী আৰু যুৱতীগৰাকীক
-
হত্যা কৰা যুৱকজনৰ নাম সৌৰভ দাস
-
১৮ জানুৱাৰীৰ পৰা নিৰুদ্দিষ্ট হাজোৰ সৌৰভ
-
বন্ধুৰ লগত ওলাই গৈ উভতি অহা নাছিল সৌৰভ
-
তাৰ পিছতেই পৰিয়ালৰ লোকে দাখিল কৰিছিল এজাহাৰ